অৱশেষত আটক লখিমপুৰৰ শিশু হত্যাকাৰী

লখিমপুৰৰ ধলপুৰৰ ৰাজগৰৰ কণমানি ছাত্ৰী হত্যাত জড়িত লম্পটক অৱশেষত আটক কৰিবলৈ সক্ষম হ'ল লখিমপুৰ আৰক্ষী। ৰাজগড়ৰৰ অসম অৰুণাচল সীমান্তত ১৯ আগষ্টত উদ্ধাৰ হৈছিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ মৃতদেহ।

टिप्पणियाँ